জি বাজি-চাৰ

জি লুগুদু (Deori) [ Roman: ji lu.gu.du]
Contributed by: Barnali Deuri Bora on 2010-07-17
1. (Verb-Trans.) to pour water on something, usually to clean it. (সাধাৰণতে পৰিষ্কাৰ কৰিবলৈ)কিহবাৰ ওপৰত পানী দিয়া৷ যেনেঃ পকাখনত পানী এবাল্টিমান ঢালি দে, বৰ লেতেৰা হৈ আছে৷
English: water,
Assamese: পানী ঢাল,
Mising: asi pvto,
Deori: জি লুগুদু